Advertisement

অহা সপ্তাহতে মহাশিৱৰাত্ৰি! পূজাৰ সময় কেতিয়া? সকলো জানি লওক

অহা সপ্তাহতে মহাশিৱৰাত্ৰি! পূজাৰ সময় কেতিয়া? সকলো জানি লওক

ফাগুণৰ অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান মহাশিৱৰাত্ৰি। এই বছৰ এই পাৰ্বণ পালন কৰা হ’ব ৮ মাৰ্চত।
প্ৰতি বছে ফাগুণ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত এই অনুষ্ঠান উদযাপন কৰা হয়।
এই বছৰ চতুৰ্দশী তিথি আৰম্ভ হ’ব ৭ মাৰ্চ, বৃহস্পতিবাৰে নিশা ৯.৫৭ বজাত।
চতুৰ্দশী তিথি বা শিৱৰাত্ৰি থাকিব ৮ মাৰ্চ, শুকুৰবাৰে সন্ধিয়া ৬.১৭ বজালৈ।
মহাশিৱৰাত্ৰিত নিষ্ঠা সহকাৰে দেৱাদিদেৱ মহাদেৱৰ পূজা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস।

Shahnawaz Hamza