অৰুণাচলত অসমীয়া যুৱকক গুলীয়ালে অৰুণাচলী দুৰ্বৃত্তই

অৰুণাচলত অসমীয়া যুৱকক গুলীয়ালে অৰুণাচলী দুৰ্বৃত্তই

উল্লেখ্য যে জয়ন্ত তাঁতীৰ বুকু আৰু হাতত গুলী লগাৰ বিপৰীতে শিৱ মল্লিকৰ হাতত গুলী লাগে। সংকটজনক অৱস্থাত দুয়ো মালিক-কৰ্মচাৰীক নাহৰলগুনৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াকে লৈ আটছা আৰু আছাই কিমিনিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

source -Niyomia Barta

Shahnawaz Hamza