আজি মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপৰ যুঁজত নামিব জিণ্টিমণি

আজি মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপৰ যুঁজত নামিব জিণ্টিমণি

আজি মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপৰ যুঁজত নামিব জিণ্টিমণি।

মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছে অসমৰ জিণ্টিমণি কলিতাই।

মুম্বাই ইণ্ডিয়ানছ নামিব মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপৰ যুঁজত।

সন্ধিয়া ৭.৩০ বজাত দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব মুম্বাই ইণ্ডিয়ানছ।

মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশৰ নিয়মীয়া খেলুৱৈ জিণ্টিমণি।

GTM Desk

Related