আনন্দ মিশ্ৰৰ এছক’ৰ্টৰ বাহনত খুন্দিয়ালে মন্ত্ৰীৰ গাড়ীয়ে, কথমপি প্ৰাণৰক্ষা মন্ত্ৰীগৰাকীৰ
লখিমপুৰত দুৰ্ঘটনাত পতিত অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী। লালুকৰ পুখুৰীয়াত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ এছক’ৰ্টত খুন্দিয়ালে মন্ত্ৰীৰ বাহনে। কথমপি প্ৰাণৰক্ষা অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙৰ। দুৰ্ঘটনাগ্ৰস্থ ফৰ্চুনাৰখনৰ নম্বৰ AR 01L 0028। পাছিঘাটৰ পৰা লখিমপুৰ হৈ ইটানগৰলৈ গৈ আছিলমন্ত্ৰীগৰাকী।