আপুনিও জনাওক শুভেচ্ছা! ICCৰ এদিনীয়া বলাৰ ৰেংকিঙৰ শীৰ্ষত ভাৰতৰ মহম্মদ ছিৰাজ

আপুনিও জনাওক শুভেচ্ছা! ICCৰ এদিনীয়া বলাৰ ৰেংকিঙৰ শীৰ্ষত ভাৰতৰ মহম্মদ ছিৰাজ
বিশ্বৰ ভিতৰতেই ODIৰ ১ নম্বৰ বলাৰ হ’ল মহম্মদ ছিৰাজ
বুধবাৰে আইচিচিয়ে প্ৰকাশ কৰা শেহতীয়া ৰেংকিঙত ভাৰতৰ মহম্মদ চিৰাজ বিশ্বৰ এক নম্বৰ এদিনীয়া বলাৰ হিচাপে পৰিগণিত হয়

GTM Desk