ইংখং ৱেলফেৱাৰ চচাইটিৰ দ্বাৰা পদ্মশ্ৰী ড° কামেশ্বৰ ব্ৰহ্মক ২০১৮ বৰ্ষৰ বছৰটোৰ শ্ৰেষ্ট ব্যক্তিৰ সন্মান

1 min read

গোসাইগাঁও ৬ এপ্ৰিলঃ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ড° কামেশ্বৰ ব্ৰহ্মক নংখং ৱেলফেয়াৰ চচাইটিয়ে ২০১৮ বৰ্ষৰ বছৰটোৰ শ্ৰষ্ঠ ব্যক্তিৰ (Man of the year) সন্মান প্ৰদান কৰে ৷ এই উপলক্ষে গোসাইগাঁও হাব্ৰুবিল স্থিত বি এড কলেজ প্ৰাঙ্গনত আয়োজিত সভাৰ জৰিয়তে ড° ব্ৰহ্মক আজি আনুষ্ঠানিক ভাবে এই সন্মান প্ৰদান কৰা হয় ৷ ইংখং ৱেলফেয়াৰ চছাইটিৰ সাধাৰন সম্পাদক কমলা কান্ত বসুমতাৰীয়ে আতধৰা সভাৰ উদ্বোধনী ভাষন দিয়ে ইংখং গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অধ্যক্ষ ৰাজেন বসুমতাৰীয়ে ৷ সভাত বি এড কলেজৰ অধ্যক্ষ অজিত বড়ো ,বড়ো সমাজৰ ৰাজেন্দ্ৰ নাথ সহ উপস্থিত বিশিষ্ট ব্যক্তি সকলে গুৰুত্বপূৰ্ণ ভাষন দিয়ে ৷

Rafiqul Islam Report- Guwahati Times

You May Also Like

More From Author