এইবাৰ ৰঙালী বিহুৰ মঞ্চত সুৰৰ লহৰ তুলিবলৈ আৰু নাই ৰাজকুমাৰ ।

1 min read

এইবাৰ ৰঙালী বিহুৰ মঞ্চত সুৰৰ লহৰ তুলিবলৈ আৰু নাই ৰাজকুমাৰ ।
নগাঁৱৰ বিশিষ্ট বাদ্যযন্ত্ৰৰ শিল্পী ৰাজকুমাৰ মল্লৰ মৃত্যু ।
শনিবাৰে নগাঁৱৰ তেলীয়াগাঁৱত সংঘটিত এক দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল শিল্পীগৰাকী ।
অৱশেষত দেওবাৰে পুৱা চিকিৎসাধীন অৱস্থাতে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সুৰৰ সাধক গৰাকীয়ে ।
শিল্পী গৰাকীৰ মৃত্যুত মৰ্মাহত নগাঁৱৰ শিল্পী সমাজ ।

Adil Shah Report-Guwahati Times

You May Also Like

More From Author