এছিয়ান গেমছত ভাৰতৰ আন এক স্বর্ণ জয়

এছিয়ান গেমছত ভাৰতৰ আন এক স্বর্ণ জয়

এছিয়ান গেমছত ভাৰতৰ আন এক স্বৰ্ণ জয়।

শ্বুটিঙত সোণৰ পদক অৰ্জন ভাৰতীয় মহিলা টীমৰ।

২৫ মিটাৰ পিষ্টল টীম ইভেণ্টত এই স্বৰ্ণ জয়।

দলটোত আছে মানু ভাকেৰ, ৰিদম চাংৱান, ঈশা সিং।

উল্লেখ্য এই পৰ্যন্ত এছিয়ান গেমছত লাভ কৰা সফলতা অনুসৰি ষষ্ঠ স্থানত আছে ভাৰত।

Shahnawaz Hamza