এছিয়ান গেমছত ৰাষ্ট্ৰীয় পতাকা আৰু সোণৰ পদকৰ সৈতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য অসমৰ উমা চেত্ৰী

এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত প্ৰথমবাৰতে স্বৰ্ণপদক অৰ্জন কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ভাৰতৰ ১১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি গৈ শ্ৰীলংকাই ২০ অভাৰত ৮ উইকেটত ৯৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

GTM Desk

Related