কলিয়াবৰ জিলা বিজেপি সভাপতিৰ বাসগৃহত দুৰ্বৃত্তৰ তাণ্ডৱ।

কলিয়াবৰ জিলা বিজেপি সভাপতিৰ বাসগৃহত দুৰ্বৃত্তৰ তাণ্ডৱ।

পঞ্চায়ত নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ নগাৱঁৰ কঢ়ালিগাঁৱত। কলিয়াবৰ জিলা বিজেপি সভাপতিৰ বাসগৃহত দুৰ্বৃত্তৰ তাণ্ডৱ। অগ্নিসংযোগ কৰিলে সভাপতি অনিল শইকীয়াৰ বাহনত। সম্পূৰ্ণ ৰূপে ভস্মীভূত AS-01Y-5133 নম্বৰৰ বলেৰ খন। দুৰ্বৃত্তই সভাপতি জনৰ আনখন স্কৰপীয় বাহনটো অগ্নিসংযোগৰ চেষ্টা। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা অব্যাহত চামগুৰি আৰু পুৰণিগুদামত।

জুৰীয়াৰ পৰা পদুম ভূঞা Report Guwahati Times.

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.