কাজিৰঙাত বছৰৰ প্ৰথমটো গঁড় হত্যা! অগৰাতলী ৰেঞ্জত উদ্ধাৰ খড়্গহীন গঁড়ৰ মৃতদেহ

কাজিৰঙাত বছৰৰ প্ৰথমটো গঁড় হত্যা! অগৰাতলী ৰেঞ্জত উদ্ধাৰ খড়্গহীন গঁড়ৰ মৃতদেহ

অগৰাতলীৰ মাকলুং বন শিবিৰৰ সমীপত এই ঘটনা৷ চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰি খড়্গ কাটি নিয়াৰ সন্দেহ৷

কাজিৰঙাত বছৰৰ প্ৰথমটো গঁড় হত্যাৰ ঘটনা! অগৰাতলী ৰেঞ্জত উদ্ধাৰ খড়্গহীন গঁড়ৰ মৃতদেহ৷ অগৰাতলীৰ মাকলুং বন শিবিৰৰ সমীপত এই ঘটনা৷ চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰি খড়্গ কাটি নিয়াৰ সন্দেহ৷ বন বিভাগে আৰম্ভ কৰিছে অভিযান।

GTM Desk

Related