কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বছৰটোৰ প্রথমটো গঁড় হত্যা, খৰ্গ কাটি উধাও চোৰাং চিকাৰী

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বছৰটোৰ প্রথমটো গঁড় হত্যা, খৰ্গ কাটি উধাও চোৰাং চিকাৰী

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বছৰটোৰ প্রথমটো গঁড় হত্যা।

গঁড় হত্যা কৰি খৰ্গ কাটি লৈ উধাও চোৰাং চিকাৰী।

ৰাষ্ট্রীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ কাঠপৰা শিবিৰ এলেকাত এই ঘটনা।

৪-৫ দিন পূৰ্বে চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ।

দেওবাৰে দিনৰ ভাগত বন বিভাগে উদ্ধাৰ কৰে খৰ্গবিহীন গঁড়ৰ মৃতদেহ।

বন বিভাগ, আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীলৈ ৰাওনা।

এই তথ্য জানিবলৈ দিয়ে DFO ৰমেশ কুমাৰ গগৈয়ে।

Shahnawaz Hamza