কাৰাবন্দী হৈয়ে থাকিব লাগিব ৰঞ্জন দৈমাৰী | জামিন নাপালে NDFBৰ ৰঞ্জন দৈমাৰীয়ে
কাৰাবন্দী হৈয়ে থাকিব লাগিব ৰঞ্জন দৈমাৰী | জামিন নাপালে NDFBৰ ৰঞ্জন দৈমাৰীয়ে
পৃথক বিচাৰপীঠত নহ’ল জামিনৰ শুনানি | নিৰ্দিষ্ট বিচাৰপীঠলৈ গোচৰ পঠিয়াবলৈ নিৰ্দেশ গুৱাহাটী হাইক’ৰ্টৰ | বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ জামিন পাইছিল ৰঞ্জন দৈমাৰীয়ে | ৪ সপ্তাহৰ জামিন দিয়া হৈছিল ৰঞ্জন দৈমাৰীক |