কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটীত ভূমিস্খলন…

কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটীত ভূমিস্খলন…

গুৱাহাটীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন।

বামুণীমৈদামত খহি পৰিল পাহাৰ।

ভূমিস্খলনত এটা বাসগৃহৰো ক্ষতিসাধন।

আকাশীপথত সংঘটিত হৈছে এই ঘটনা।

নিশাৰে পৰা পুুৱালৈকে অহা মুষলধাৰ বৰষুণৰ বাবেই সংঘটিত এই ঘটনা।

কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটীৰ আন আন স্থানত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা।

GTM Desk