কৈলাশৰ পৰা পৃথিৱীলৈ আহি কত নিবাস কৰে ভগৱান শিৱই জানি লওক…

কৈলাশৰ পৰা পৃথিৱীলৈ আহি কত নিবাস কৰে ভগৱান শিৱই জানি লওক…

শাওন মাহত কৈলাশৰ পৰা পৃথিৱীলৈ কিয় আহে ভগৱান শিৱ! পৃথিৱীলৈ আহি কত নিবাস কৰে ভগৱান শিৱই?  ( Religious Studies )..

*অসমত ১৮জুলাই পৰা আৰম্ভ হৈছে।মান্যতা অনুসাৰে এই সময়ত ভগৱান শিৱ কৈলাশৰ পৰা পৃথিৱীলৈ আহে।আৰু পৃথিৱীৰেপৰা ব্ৰহ্মাণ্ডৰ সঞ্চালন কৰে।

 

*দেৱশয়নী একাদশীৰপৰা দেৱতাসকলৰ শয়নকাল আৰম্ভ হল।শিৱ পুৰাণৰ অনুসাৰে যেতিয়া ভগৱান বিষ্ণু যোগ নিদ্ৰালে গুচি যায়-তেতিয়া সংসাৰৰ সঞ্চালন ভগৱান শিৱৰ হাতত থাকে।অসমত ২০২২বৰ্ষৰ ১৮জুলাই পৰা শাওনৰ মাহ আৰম্ভ হৈছে।মান্যতা অনুসাৰে এই সময়ত ভগৱান শিৱ কৈলাশৰ পৰা পৃথিৱীলৈ আহে আৰু ইয়াৰেপৰা ব্ৰহ্মাণ্ডৰ সঞ্চালন কৰে।  ( Religious Studies )

 

 

 

*পৌৰাণিক কথা অনুসাৰে-শাওন মাহত ভগৱান শিৱ তেওঁৰ পৰিয়ালৰ লগত নিজৰ শহুৰেকৰ ঘৰলৈ আহে।হৰিদ্বাৰৰ কনখলত ভগৱান শিৱৰ শহুৰেকৰ ঘৰ।তাত থকা দক্ষ মন্দিৰত-মহাদেৱ আৰু মাতা সতীয়ে বিবাহ বন্ধনত বান্ধ খাইছিল।

শাওণৰ মাহটো ভগৱান শিৱক সমৰ্পিত কৰা হৈছে।মহাদেৱৰ প্ৰিয় শাওণৰ মাহ-২০২২ বৰ্ষৰ-১৮জুলাইপৰা আৰম্ভ হৈ-১২আগষ্ট লৈ থাকিব।এই সম্পূৰ্ণ শাওণৰ মাহটো-মহাদেৱৰ ভক্ত সকলে-তেওঁৰ ভক্তিত লীন থাকিব।শিৱ মন্দিৰত-জলাভিষেক, ৰুদ্ৰাভিষেক,পূজা-পাঠ, প্ৰতিটো শিৱ মন্দিৰ গুঞ্জৰিত হৈ থাকিব।

GTM Desk