গহপুৰত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি প্ৰদৰ্শন |

গহপুৰত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি প্ৰদৰ্শন |

 

গহপুৰত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি প্ৰদৰ্শন

আজি গহপুৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ৩৪ টা পঞ্চায়ত আসনৰ সভাপতি আৰু আঞ্চলিক সদস্যই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰে । হেজাৰ হেজাৰ দলীয় কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে গহপুৰৰ বিধায়ক উৎপল বৰা আৰু গহপুৰৰ বিজেপিৰ পৰ্যবেক্ষক অমিয় কুমাৰ ভূঞায়ো অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.