নগাঁও জিলাৰ জুৰীয়াতো পঞ্চায়ত নিৰ্বাচনী তৎপৰতা |

নগাঁও জিলাৰ জুৰীয়াতো পঞ্চায়ত নিৰ্বাচনী তৎপৰতা |

পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে জুৰীয়াৰ অগপ , বিজেপি আৰু কংগ্ৰেছৰ শিৱিৰত , ভাগে ভাগে মনোনয়ন পত্ৰ দাখিল ৷ পিছ পৰি ৰোৱা নাই নিৰ্দলীয় প্ৰাথী সকলো ৷ চূড়ান্ত হোৱা প্ৰাৰ্থীৰ তালিকাৰ পাছত নিজৰ নিজৰ মাজত প্ৰাৰ্থীত্ব কেন্দ্ৰীক মতানৈক্য হলেও দলীয় প্ৰাৰ্থীক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হয় জিলা উপাযুক্তৰ কাৰ্য্যালয়ৰ লগতে জুৰীয়া আঞ্চলিক পঞ্চায়তৰ কাৰ্য্যালয়ত ৷ কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত প্ৰাথী প্ৰদানত হোৱা মনোমালিন্যৰ বাবে নিজৰ দল আৰু বিজেপিৰ পৰিৰ্ৱতে অগপক বিশেষ ভাবে লাভান্বিত কৰিব বুলি আশা কৰা হৈছে ৷ বৰ্তমানৰ চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিয়েই হ’ব অগপৰ আগন্তুক নিৰ্বাচনৰ মূল ইছ্যু ৷ ৷ নিৰ্দলীয় প্ৰাৰ্থী সকলে কি প্ৰভাৱ পেলাব সময়ত হে জানিব পৰা যাব ৷

জুৰীয়াৰ পৰা পদুম ভুঞা ৷

 

 

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.