গহপুৰৰ দক্ষিনাঞ্চলত বন্য হস্তীৰ সন্ত্ৰাস |

গহপুৰৰ দক্ষিনাঞ্চলত বন্য হস্তীৰ সন্ত্ৰাস |

গহপুৰৰ লোহিতমুখৰ বিভিন্ন অঞ্চলত যোৱা সন্ধিয়াৰ পৰা বন্য হস্তীৰ এটা জাকে সন্ত্ৰাস চলাই আহিছে । এই হাতীৰ জাকটোৱে অঞ্চলটোৰ বিস্তৰ খেতি পথাৰ নষ্ট কৰি কৃষক ৰাইজক চিন্তিত কৰি তুলিছে। ব্ৰক্ষ্মপুত্ৰৰ দাঁতিকাষৰীয়া মিছিং অধ্যুষিত ৰাইজে বন বিভাগক খবৰ দিছে যদিও সুফল পোৱা নাই। বৰ্তমানো হাতীৰ জাকটো সেই অঞ্চলতে বাহৰ পাতি আছে বুলি জানিব পৰা গৈছে |

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.