গহপুৰৰ সুৰ সংগম সংগীত বিদ্যালয়ৰ সৌজন্যত গীতৰ কৰ্মশালাৰ সামৰণি

গহপুৰৰ সুৰ সংগম সংগীত বিদ্যালয়ৰ সৌজন্যত গীতৰ কৰ্মশালাৰ সামৰণি

Watch Video

সুৰ সংগম বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা যমুনা বৰাৰ পৰিকল্পনাত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটিৰ জৰিয়তে কেইবাগৰাকীও সংগীত শিল্পী ক্ৰমে বিজয় বিজয় বৰা,ৰুণ বাঢ়ৈ,তেজপুৰৰ জ্যােতি আৰু বিষ্ণু সংগীতৰ পাৰৰ্দশী শিল্লী আলিম্পন চৌধুৰী,সত্যেন্দ্ৰ শইকীয়া,ঘোষক দিলীপ বৰুৱা,নূপুৰ হাজৰিকা,টাবলিষ্ট বিদ্যমান ভূঞা ,গুপ্ত বৰঠাকুৰ,বাঁহী বাদক পবিত্ৰ বৰা আদি উপস্থিত থাকি কন কন প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে।

Madhab Sarma Report Guwahati Times

Desk Editor