গহপুৰ ৰে’ল ষ্টেচনত আবকাৰী বিভাগে জব্দ কৰে অৰুনাচলী সুৰা ।

1 min read

গহপুৰ ৰে’ল ষ্টেচনত আবকাৰী বিভাগে জব্দ কৰে অৰুনাচলী সুৰা ।

গহপুৰত আবকাৰী বিভাগে অভিযান চলাই অভিযানত জব্দ কৰে বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা ।গোপন সূত্ৰৰ পম খেদি গহপুৰ ৰেল ষ্টেছনৰ পৰা জব্দ কৰে ৩০ হাজাৰ টকা মূল্যৰ ২০ কাৰ্টন অৰুণাচলী সুৰা ।

গহপুৰৰ পৰা মাধৱ শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author