গুৱাহাটীত আপৰ বিশাল জনসভা…

গুৱাহাটীত আপৰ বিশাল জনসভা…

আজি গুৱাহাটীত আপৰ বিশাল জনসভা অনুষ্ঠিত হ’ব। এই বিশাল জনসভালৈ মাজত মাথোন কেইটামান ঘন্টাহে বাকী। এই সভালৈ দলটোৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আহিব। তেখেতৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানো অসমলৈ আহিব। এতিয়া দুয়োগৰাকী নেতাৰ আগমনক লৈ ব্যাপক তৎপৰতা আপ, অসমৰ।

ইতিমধ্যে ভৰলুমুখৰ সোণাৰাম খেলপথাৰত এক বিশাল পেণ্ডেলৰ নিৰ্মাণ কৰা হৈছে। এই সন্মিলনৰ বাবে দলটোৰ ৰাজ্যিক নেতৃত্বই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

GTM Desk

Related