গুৱাহাটী: দোকান-পোহাৰ খোলা-বন্ধ সন্দৰ্ভত প্ৰশাসনে কোনো নিয়মৰ সাল-সলনি কৰা নাই !

1 min read

গুৱাহাটী: গুৱাহাটী মহানগৰীত দোকান-পোহাৰ খোলা আৰু বন্ধ ৰখা সন্দৰ্ভত প্ৰশাসনে কোনো নিয়মৰ সাল-সলনি কৰা নাই।

নিশা ৯ বজাৰ পৰা পুৱা ৭ বজালৈ পূৰ্বৰ দৰে অব্যাহত আছে CURFEW।

ছ’চিয়েল মিডিয়া আৰু একাংশ সংবাদমাধ্যমত প্ৰকাশ পাইছিল সময়সীমা আৰু নিয়ম সাল-সলনিৰ বাতৰি।

“গুৱাহাটী চেম্বাৰ অফ কমাৰ্চ ৰ এইটো নিজা সিদ্ধান্ত । কোনোবাই কৈছে যে ৰাতিপুৱা 9 টাৰ পৰা সন্ধিয়া 5 টা লৈ খুলিম আৰু কোনোবাই কৈছে যে 8 টা পৰা 5 তা লৈ খুলিম । এইটো তেওঁলোকৰ নিজা সিদ্ধান্ত আৰু যিহেতু তেওঁলোকে নিজে এইটো হিধন্ত লৈছে, য়াতে আমাৰ একো কব লগীয়া নাই। এই সন্দৰ্ভত আমি কোনো বাধা দিয়া নাই”- এই সন্দৰ্ভত স্পষ্টীকৰণ কামৰূপ মহানগৰ উপায়ুক্তৰ ।

You May Also Like

More From Author