গোলাঘাটত বিহু নাচি ব্যাপক নিৰ্বাচনী প্ৰচাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী Gaurav Gogoi

গোলাঘাটত বিহু নাচি ব্যাপক নিৰ্বাচনী প্ৰচাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী Gaurav Gogoi
#gauravgogoi

গোলাঘাটত বিহু নাচি ব্যাপক নিৰ্বাচনী প্ৰচাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰাৰ্থী গৌৰৱ গগৈৰ। নিৰ্বাচনী প্ৰচাৰ চলাই ঢোলৰ চেওত নাচনীৰ লগত ককাল ভাঙি নাচিলে সাংসদ গৌৰৱ গগৈয়ে। ককাল ভাঙি আৰু হাত মেলি মেলি নাচিলে গৌৰৱ গগৈয়ে । গৌৰৱ গগৈক সংগ দিলে বিধায়িকা অজন্তা নেওগে ।

#golaghat #apcc #assam

Desk Editor