গোসাইগাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ লাট মণ্ডল আৰু মহৰিয়ে উৎকোচ লৈ হাত দাঙিলে

গোসাইগাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ লাট মণ্ডল আৰু মহৰিয়ে উৎকোচ লৈ হাত দাঙিলে

গোসাইগাঁৱত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান::

গোসাইগাঁও ৰাজহ চক্ৰত অভিযান চলায় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই::

অভিযানত দুজনক আটক::

গোসাইগাঁও ৰাজহ চক্ৰৰ লাট মণ্ডল ইমামূল হক আৰু মহৰি ওহেদ আলীক আটক::

পচিশ হাজাৰ টকা ভূমি কামৰ বিনিময়ত উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে আটক কৰে দুয়োকে::

GTM Desk