ঘন কুৱলীৰ বাবে তেজপুৰত সংগঠিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

ঘন কুৱলীৰ বাবে তেজপুৰত সংগঠিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

তেজপুৰ : ডিচেম্বৰ ৫: দৰং মহাবিদ্যালয়ৰ পৰা দেওবাৰে পূৱা কাজিৰঙালৈ চাইকেলৰে গৈছিল এন.চি.চিৰ এটা দল।

কলিয়া ভোমোৰা দলং অতিক্ৰম কৰাৰ পিছত ৩৭এ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত এন.চি.চি কেডেট তথা তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী অঞ্জলি ৰাই নিহত।

দেওবাৰে পূৱা সংঘটিত হয় দুৰ্ঘটনা ।

ঘন কুৱলীৰ বাবে কলিয়াভোমোৰা দলং অতিক্ৰম কৰাৰ পিছতে পিক আপ বলেৰৰ খুণ্ডাত অঞ্জলী নিহত হোৱাৰ লগতে তেজপুৰ মহাবিদ্যালয়ৰ খুছবু ৰাই আৰু প্ৰিয়ঙ্কা ৰাই আহত হয়।

আহত ছাত্ৰী সকলক চিকিৎসালয়ত ভৰ্তি।

Desk Editor

Related