Advertisement

জিতেন দত্ত আৰু মৃনাল হাজৰিকাৰ মুক্তিৰ দাবীত নগাঁৱত জোৰ সমদল।

জিতেন দত্ত আৰু মৃনাল হাজৰিকাৰ মুক্তিৰ দাবীত নগাঁৱত জোৰ সমদল।

জাতীয় নায়কে এতিয়া ৰূপ সলালে। জাতি মাটি ৰক্ষাৰ কথা কোৱা নায়কে বিপৰীত স্থিতি গ্ৰহণ কৰিছে। নিজৰ বঙহৰ ভাই ককাইক আৰক্ষীৰ ৰঙা ঘৰলৈ পঠাই বিদেশীৰ বুকুৰ আপোন হোৱাৰ অখৰা আৰম্ভ কৰিছে। কিন্ত ৰজাঘৰৰ প্ৰতি আজিও ক্ষুভ ৰাজ্যৰ বহু স্থানত।

বৃহস্পতিবাৰে নগাঁও ৰত্ন কান্ত বৰকটকী স্কুলৰ খেলপথাৰৰ পৰা জোৰ সমদল বাহিৰ কৰে। জিতেন দ্ত্ত আৰু মৃনাল হাজৰিকাৰ মুক্তিৰ দাবীত আৰু বিধায়ক শিলাদিত্য দেৱক গ্ৰপ্তাৰ কৰাৰ দাবী জনাই জিতেন দত্ত ৰ অনুৰাগী সকলে ।

নগাঁওৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

Ali