তিনিচুকীয়াতো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ।

1 min read

সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০ সংগঠনৰ দ্বাৰা আহ্বায়িত অসম তথা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে সমগ্ৰ অসমতে। অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। তিনিচুকীয়াতো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ। নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ । #tinsukia#assam#guwahati

You May Also Like

More From Author