দেশজুৰি জৱাহৰলাল নেহৰুক স্মৰণৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।

দেশজুৰি জৱাহৰলাল নেহৰুক স্মৰণৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।

ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে পালন কৰা হয় শিশু দিৱস হিচাপে। জৱাহৰলাল নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল আৰু তাৰ স্বীকৃতিস্বৰূপে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। আজি শিশু দিৱস৷ এই উপলক্ষে প্ৰত্যেক বছৰৰ দৰে এইবাৰো সমাজ কল্যাণ সঞ্চালকালয় আৰু ৰাজ্যিক বালভৱনৰ উদ্যোগত জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত শিশু দিৱস উদযাপন কৰা হৈছে৷বিভিন্ন নৃত্য— গীতেৰে এই শিশু দিৱস উদযাপন কৰি থকা হৈছে৷এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্হিত আছে অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ দেশজুৰি জৱাহৰলাল নেহৰুক স্মৰণৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।ওপজা দিনত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

গুৱাহাটীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.