দেশত ১০লাখৰো অধিক লোকক প্ৰদান কৰা হ’ল কোৰোনাৰ ভেকচিন

0 min read
  • বিগত ২৪ঘন্টাত দেশত ১৪, ৫৪৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।
  • ইফালে এইসময়চোৱাত ১৮,০০২ গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে ২৭৯গৰাকী ৰোগীৰ মৃত্যু হৈছে।
  • সমগ্ৰ দেশত বৰ্তমানলৈ ১,০৬, ২৫, ৪২৮গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • এতিয়ালৈকে ১লাখ ৫৩ হাজাৰ ৩২গৰাকী লোকৰ মৃত্যু হৈছে।
  • দেশত এতিয়ালৈকে ভেকচিন প্ৰদান কৰা লোকৰ সংখ্যা হৈছেগৈ ১০লাখ ৪৩হাজাৰ ৫৩৪গৰাকী।

You May Also Like

More From Author