দেশৰ ভিতৰতে তৃতীয় উচ্চতম ত্ৰিৰংগাখন সোমবাৰে পৰীক্ষামূলকভাৱে উত্তোলন কৰা হ’ল গান্ধী মণ্ডপত।

1 min read

 

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

দেশৰ ভিতৰতে তৃতীয় উচ্চতম ত্ৰিৰংগাখন সোমবাৰে পৰীক্ষামূলকভাৱে উত্তোলন কৰা হ’ল গান্ধী মণ্ডপত।

শৰণীয়া পাহাৰৰ ওপৰত উত্তোলন হবলগীয়া দেশৰ ভিতৰতে তৃতীয় উচ্চতম পতাকা হিচাপে চিহ্নিত হ’বলগীয়া পতাকাখনৰ উচ্চতা ৩০০ ফুট।

গুৱাহাটী স্মাৰ্টচিটীৰ এক প্ৰকল্পৰ অধীনত টাটা কনছাল্টিং ইঞ্জিনিয়াৰছ লিমিটেডে প্ৰস্তুত কৰিছে পতাকাখন।

উলুবাৰীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author