নগাঁও আদালতত পুনৰ প্ৰাক্তন কংগ্ৰেছী অনিল ৰাজাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মানহানি গোচৰ ৷

0 min read

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

নগাঁও আদালতত পুনৰ প্ৰাক্তন কংগ্ৰেছী অনিল ৰাজাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মানহানি গোচৰ ৷
১৯ ছেপ্টেম্বৰত এখন সংবাদমেলত অনিল ৰাজাই ৰকিবুলৰ বিৰুদ্ধে বহু আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ আনিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুলে ৷
যাৰ বাবে নগাঁও আদালতত সোমবাৰে ৮৭৬/১৮ নম্বৰত ৰাজাৰ বিৰুদ্ধে এক মানহানি গোচৰ তৰে ৰকিবুল হুছেইনে।

নগাঁৱৰ পৰা আদিল শ্বাহৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author