নগাঁও জিলাৰ উত্তৰ অঞ্চলৰ মীন পালক সকলক সকাহ দিবৰ বাবে জুৰীয়াৰ দগাওঁ এৰাবাৰীত আজি উন্মোচিত কৰা হল Onestop Solution Centre ৷

1 min read

https://youtu.be/jUtdrnYM0Y0

নগাঁও জিলাৰ উত্তৰ অঞ্চলৰ মীন পালক সকলক সকাহ দিবৰ বাবে জুৰীয়াৰ দগাওঁ এৰাবাৰীত আজি উন্মোচিত কৰা হল Onestop Solution Centre ৷ দগাওঁৰে উদিয়মান যুৱক জিয়াওল কৰিমৰ ব্যৱস্থাপনাত গঢ়ি তোলা হৈছে এই চেন্টাৰটি ৷ মীন পালক সকলে এতিয়াৰ পৰা এই চেন্টাৰৰ পৰা লাভ কৰিব মাছত হৈ থকা ৰোগ সমুহৰ সঠিক উপায় ৷ একুৱাবেচ নামৰ গুৱাহাটীৰ এটি সংস্থাৰ তত্ত্বাৱধানত স্থাপন কৰা হৈছে এই চেন্টাৰটি ৷ উক্ত চেন্টাৰটিৰ জৰিয়তে মীন পালক সকল উপকৃত হব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে ৷

জুৰীয়াৰ পৰা পদুম ভূঞা ৷

You May Also Like

More From Author