নগাঁও জিলাৰ জুৰিয়াত গাড়ী চোৰ আটক ৷

1 min read

নগাঁও জিলাৰ জুৰিয়াৰ শিঙাৰীত শনিবাৰে আৰক্ষীৰ অভিযান ৷ উক্ত অভিযানত আটক চুৰি বাইকসহ দুই বাইক চোৰ ৷ ধৃত বাইক চোৰ দুটা ফাকলি পথাৰৰ আজমল হুচেইন আৰু আজিজুল হক ৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে As 12 H 4521 নম্বৰৰ এখন পালছাৰ বাইক উদ্ধাৰ কৰে ৷ ধৃত চোৰ দুটাই দীৰ্ঘ দিন ধৰি বাইক চুৰিৰে অঞ্চলটোত ক্ৰাসৰ সৃষ্টি কৰি আছিল ৷ আজি এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে আজি দুয়োটাকে আটক কৰিবলৈ সক্ষম হয় ৷ চোৰ দুটাক আটক কৰি আৰক্ষীয়ে জেৰা অৱ্যাহত ৰাখিছে ৷

You May Also Like

More From Author