নগাঁও বাঙালী সন্মিলনীৰ সংবাদমেল

1 min read

? ধলা কাণ্ডৰ দোষীক চৰকাৰে কঠোৰ শাস্তি প্ৰদান কৰক আৰু CBI তদন্ত হব লাগে৷
? আমি সংঘাট নিবিচাৰো শান্তি বিছাৰো, সেয়ে সকলোৱে সংযম ৰক্ষা কৰি চলাৰ আহ্বান৷
? সংবাদ মাধ্যমৰ Talk show য়ে যাতে সাধাৰণ মানুহৰ ওপৰত বিৰুপ প্ৰভাব পেলাব নোৱাৰে সাবধানতা অৱলম্বন কৰিব লাগে৷
? 1971 ৰ পাচত অহা কোনো লোককেই আমি গ্ৰহণ নকৰো৷ আমি অসমত থাকি ইয়াৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিছো৷
? বন্ধই সমস্যা সমাধান নকৰে৷ কোনো বাঙালী সংগঠনৰ অসম বন্ধ সম্পৰ্কে আমি পোনপটীয়াকৈ জ্ঞাত নহয়৷আজি কালি সৰু সুৰা সংগঠনে দিলেও বন্ধ হয় দোকান পোহাৰ৷
এই মন্তব্য নগাঁও বাঙালী সন্মিলনীৰ বিষয়ববীয়া জীৱন বনিকৰ৷

You May Also Like

More From Author