Advertisement

নগাঁও স্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অষ্টম বাৰ্ষিক লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতা প্ৰদান অনুষ্ঠান।

নগাঁও স্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অষ্টম বাৰ্ষিক লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতা প্ৰদান অনুষ্ঠান।

নগাঁও স্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অষ্টম বাৰ্ষিক লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতা প্ৰদান অনুষ্ঠানটি বৃহস্পতিবাৰে বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত দৰ্শন ভাৱনাৰ পৰিপ্ৰেক্ষিতত শ্ৰীমন্ত শংকৰদেৱ আৰু শঙ্কৰাচাৰ্য বিষয়ক বক্তিতা প্ৰদান কৰে হোজাই স্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ‌্যাপক অমলেন্দু চক্ৰৱৰ্তীয়ে। সামাজিক, অৰ্থনৈতিক প্ৰেক্ষাগৃহত লোকসেৱক হলধৰ ভূঞাৰ দৰ্শন নৱ প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ উদ্দেশ্য অনুষ্ঠিত হোৱা অনুষ্ঠিত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক- অধ্যাপিকাৰ লগতে অভিভাৱক সকলো উপস্থিত থকা পৰিলক্ষিত হৈছে।

Shahnawaz Hamza

Related