নগাঁৱত আমছুৰ অৱস্হান ধৰ্মঘট ৷

1 min read

NRCত আপত্তিৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগত পালন কৰে এই প্ৰতিবাদী কাৰ্যসুচী ৷
নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মখত পালন কৰে দুই ঘন্টীয়া অৱস্হান ধৰ্মঘট ৷
NRCত আপত্তিৰ নামত অযথা সংখ্যালঘু ৰাইজক হাৰাশাস্তি নকৰিবলৈ দাবী জনোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই ৷

Adil Shah Alam Report-GTM

You May Also Like

More From Author