নগাঁৱৰ তেলীয়াগাঁৱত চাঞ্চল্য ।

0 min read

এইবাৰ মৃত নৱজাতক নহয় ।

চুৱাপাতনিত উদ্ধাৰ হৈছে জীৱিত নৱজাতক ।

নগাঁৱৰ টাউন তেলীয়াগাঁৱত এই ঘটনা ।

মণিৰাম নাথ নামৰ লোকজনৰ ঘৰৰ চুৱাপাতনিত উদ্ধাৰ হয় এই নৱজাতকটি ।

ক্ৰন্দন শুনি নৱজাতকটিক উদ্ধাৰ কৰি গাঁওবুঢ়াৰ উপস্থিতিত আৰক্ষীক চমজাই দিয়ে মণিৰাম নাথৰ পৰিয়াল আৰু প্ৰতিৱেশী একাংশ লোকে ।

সম্প্ৰতি চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে নৱজাতকটিক ।

You May Also Like

More From Author