নলবাৰীৰ শোলমাৰাত মাৰোৱাৰী যুৱ মঞ্চৰ বান সাহায্য বিতৰন
নলবাৰী,১৯ জুলাইঃবান্যাৰ্তৰ কাষত নলবাৰীৰ মাৰোৱাৰী যুৱ মঞ্চই অাজি নলবাৰী জিলাৰ শোলমাৰাত কিছু সামগ্ৰী বিতৰন কৰে ।শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অাশ্ৰই শিবিৰত থকা মাৰোৱাৰী যুৱ মঞ্চৰ সভানেএী নিকি জালানৰ নেতৃত্বত ভালে কেইজন মাৰোৱাৰী যুব মঞ্চৰ সদস্য উপস্হিত থাকে ।