Advertisement

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাৰ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাৰ

নাগৰিকত্ব সংশোধনী বিধেয়কখন কেতিয়াও মানি লোৱা নহ’ব–পৰেশ বৰুৱাৰ এই হুংকাৰ ৷

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাই।

আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সমালোচনা পৰেশ বৰুৱাৰ৷প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকো সকিয়াই দিয়ে আলফা (স্বাধীন) সেনাপ্ৰধান পৰেশ বৰুৱাই৷

প্ৰতিবাদকাৰী নেতাসকলক উদেশ্যি পৰেশ বৰুৱাৰ আহ্বান, নেতাবোৰে ৰাইজক ঠগিবলৈ চেষ্টা নকৰিব ৷

আন্দোলনৰ মাজতে দিল্লীৰ ওচৰত বিক্ৰী নাযাব ৷

নহ’লে আৰু ৰাইজ কেতিয়াও নাহিব আপোনলোকৰ কাষলৈ ৷(DAINIL JANAMBHUMI)

Ali