পতি-পত্নীৰ মাজত কাজিয়া লাগেই কিন্তু ল’ৰা-ছোৱালীয়ে পঢ়ি থকাৰ সময়ত আপোনালোকে কাজিয়া নকৰিব: মুখ্যমন্ত্ৰী
পতি-পত্নীৰ মাজত কাজিয়া লাগেই
কিন্তু ল’ৰা-ছোৱালীয়ে পঢ়ি থকাৰ সময়ত আপোনালোকে কাজিয়া নকৰিব
মোৰ ঘৰতো পত্নীৰ সৈতে কাজিয়া লাগে কিন্তু মই কওঁ যে ল’ৰা-ছোৱালীকেইটা শুই লওক