পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল

পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল

পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক ।

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানত গ্ৰেপ্তাৰ সুধীৰ পাল।

উৎকোচ লৈ থাকোতে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডলজনক।

GTM Desk

Related