পুনৰ বৃদ্ধি পাব সুৰাৰ মূল্য, ১৫০ৰ পৰা ৩১২টকা পৰ্যন্ত বৃদ্ধি পাব সুৰাৰ মূল্য, চাওক তালিকা

পুনৰ বৃদ্ধি পাব সুৰাৰ মূল্য, ১৫০ৰ পৰা ৩১২টকা পৰ্যন্ত বৃদ্ধি পাব সুৰাৰ মূল্য, চাওক তালিকা

১ এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব সুৰাৰ মূল্য।
১৫০টকাৰ পৰা ৩১২টকা পৰ্যন্ত বৃদ্ধি পাব সুৰাৰ মূল্য।
জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৫২ টকাকৈ।
ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৩০ টকাকৈ।
লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৭৫ টকাকৈ।
এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ২২৫ টকাকৈ।
প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ৩১২টকাকৈ।
৭৫০ মিলি লিটাৰৰ বিয়েৰত বৃদ্ধি পাব ১৬ টকাকৈ।

GTM Desk

Related