পেট্ৰল পাম্পত তেলৰ সলনি ওলাই পানী, আৰক্ষী উপস্থিত হৈ বন্ধ কৰিলে ডিপুটো…

0 min read

তেল দিপুত তেলৰ সলনি ওলাইছে পানী। চাবুৱাৰ ডিকম বাইপাছত পেট্ৰল পাম্পত সংঘটিত হৈছে এনে আজৱ ঘটনা । যাৰ ফলত বাহন এখনৰ পিছত সিখনকৈ বিকল হৈ পৰে।

এই ঘটনা সংগঠিত হৈছে চাবুৱাৰ ডিকম বাইপাছ নয়নাৰ পেট্ৰল ডিপুত । এনে ঘটনাৰ পিছতেই সকলো ৰাইজৰ পেট্ৰল পাম্পটোকলৈ সন্দহ উপজে । ৰাইজে এই সন্দৰ্ভত অভিযোগ উত্থাপিত কৰে ।

ৰাইজৰ এই অভিযোগৰ ভিত্তিতে লাহোৱাল আৰক্ষী লগতে দণ্ডাধীশ তেল ডিপুটোক উপস্থিত হ’য় । পেট্ৰল ডিপুত উপস্থিত হৈ সোমবাৰে নিশা বন্ধ কৰি দিয়ে ডিপুটোত ।

You May Also Like

More From Author