প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ হব লগীয়া সাংস্কৃতিক অনুষ্ঠান স্থগিত

প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ হব লগীয়া সাংস্কৃতিক অনুষ্ঠান স্থগিত

প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ হব লগীয়া সাংস্কৃতিক অনুষ্ঠান খন স্থগিত ৰখা হ’ল।
উত্ত অনুষ্ঠান খন অহা সপ্তাহৰ ভিতৰত বতৰ অনুকূল হলে পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উদযাপন সমিতি।

Shahnawaz Hamza

Related