প্ৰথম পযায়ৰ নিবাচন শেষ হল।ইফালে দ্বিতীয় পযায়ৰ বাবে সাজু কংগ্ৰেছ দল।

প্ৰথম পযায়ৰ নিবাচন শেষ হল।ইফালে দ্বিতীয় পযায়ৰ  বাবে সাজু কংগ্ৰেছ দল।

প্ৰথম পযায়ৰ নিবাচন শেষ হল।ইফালে দ্বিতীয় পযায়ৰ বাবে সাজু কংগ্ৰেছ দল।

হোজাইৰ বিনাকান্দি ব্লকৰ মণ্ডল কংগ্ৰেছ এ আয়োজন কৰা দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে APCC ৰ সাধাৰণ সম্পাদক তথা নগাঁওৰ সদৰ ৰ প্ৰাক্তন বিধায়ক ড৹ দুর্ল্লভ চমুৱা লগতে বহু নেতা কম্মী আৰু তেওঁৰ উপস্থিতিত AIUDF দলৰ বহু সংখ্যক নেতা কর্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।

Elias Ali