প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্থাৱৰ – অস্থাৱৰ সম্পত্তি ঘোষণা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্থাৱৰ – অস্থাৱৰ সম্পত্তি ঘোষণা।

 

বিগ ব্ৰেকিং নিউজ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্থাৱৰ – অস্থাৱৰ সম্পত্তি ঘোষণা।

কৌটিপতি যেন লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাই এখনো নিজা গাড়ী।

প্ৰধানমন্ত্ৰী গৰাকীৰ হাতে জমা আছে ৪৮,৯৪৪ টকা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বেংকত জমা আছে ১,১৯,২৫,৯৭৮ টকা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অলংকাৰ হিচাপে আছে মাত্ৰ চাৰিটা সোণৰ আঙুঠি।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।