বলবম যাত্ৰীৰ বাহনত লাগিল ১১ হাজাৰ ভল্টৰ তাঁৰ; থিতাতে নিহত ৮ জনকৈ লোক

বলবম যাত্ৰীৰ বাহনত লাগিল ১১ হাজাৰ ভল্টৰ তাঁৰ; থিতাতে নিহত ৮ জনকৈ লোক

বিহাৰৰ হাজীপুৰত শোকাৱহ ঘটনা। বলবম যাত্ৰীৰ বাহনত লাগিল ১১ হাজাৰ ভল্টৰ তাঁৰ। থিতাতে নিহত ৮ জনকৈ লোক, আহত কেইবাজনো। হৰিহৰ নাথ মন্দিৰলৈ যোৱাৰ সময়তে এই ঘটনা। হাজীপুৰৰ চুলতানপুৰত সংঘটিত হয় এই কৰুণ ঘটনা।

GTM Desk