বিকাশ কুমাৰ পিঞ্চা , কৌশিক কলিতা আৰু কুনাল দাসক আজি হাজিৰ কৰোৱা হ’ব আদালতত

1 min read

 

বিগ ব্ৰেকিং নিউজ
Guwahati Times গুৱাহাটী টাইমচ

APSCৰ কেলেংকাৰী প্ৰসংগ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিকাশ কুমাৰ পিঞ্চা , কৌশিক কলিতা আৰু কুনাল দাসক আজি হাজিৰ কৰোৱা হ’ব আদালতত। ১৫৯ /২০১৭ গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author