বিহাৰৰ জনতাৰ আশীৰ্বাদত লোকতন্ত্ৰই পুনৰ এবাৰ বিজয় সাব্যস্ত কৰিলে – নৰেন্দ্ৰ মোডী

1 min read

বিহাৰৰ নিৰ্বাচনত এনডিএ ১২৫ খন আসন লাভ কৰাৰ লগতে বিজেপিয়ে অকলে ৭৪ খন আসনত জয়লাভ কৰে । বিহাৰ নিৰ্বাচনত বিজয়ৰ বাবে বিহাৰৰ জনতাৰ আশীৰ্বাদত লোকতন্ত্ৰই পুনৰ এবাৰ বিজয় সাব্যস্ত কৰিলে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে টুইট যোগে ব্যক্ত কৰে ।

 

মোডীয়ে টুইটত কয় বিহাৰত জনতা- জনাৰ্দৰ আশীৰ্বাদত লোকতন্ত্ৰই পুনৰ এবাৰ বিজয় প্ৰাপ্ত কৰিলে । বিজেপি ফ’ৰ বিহাৰৰ লগতে এডিএৰ সমূহ কাৰ্যকৰ্তাই যি সংকল্প আৰু সমৰ্পনেৰে এই কাৰ্য সমপ্ন কৰিলে ই অভিভূত কৰি তোলে । মই কাৰ্যকৰ্তা সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিহাৰৰ জনতাক হৃদয়েৰে অভিনন্দন জ্ঞাপন কৰিছো ।

You May Also Like

More From Author