বুধবাৰে নগাঁও চহৰৰ মাজমজিয়াত মুকলি কৰা হয় এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট।
বুধবাৰে নগাঁও চহৰৰ মাজমজিয়াত মুকলি কৰা হয় এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট।
মুকলি হোৱা ৰেষ্টুৰেণ্ট খনৰ নাম টেষ্ট অফ টাউন।
অত্যাধুনিক ৰেষ্টুৰেণ্ট খন বুধবাৰে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
টেষ্ট অফ টাউন নামৰ ৰেষ্টুৰেণ্ট খনৰ স্বত্বাধিকাৰী হীৰক বৰায়ে কয় যে ৰেষ্টুৰেণ্ট খন নিৰ্মান হওঁতে প্ৰায় ১ বছৰ সময় লাগিছিল।
ৰেষ্টুৰেণ্ট খনত চাহ, মিঠাই, কফি আৰু ভাৰতীয় খাদ্যৰ উপৰিও বিভিন্ন ধৰণৰ চাইনীজ খাদ্যও উপলদ্ধ হব।